Show/Hide Keyboard Layout

ফাগুনৰে পচোৱা বা

- অংগৰাগ মহন্ত

ফাগুনৰে পচোৱা বা ... অ’

না না নে ৰে না না না

মন মোৰ উৰি গুছি যায়

কি জানো পায়ো হেৰুৱাই

মন মোৰ উৰি গুছি যায়

কি জানো পায়ো হেৰুৱাই

ফাগুনৰে উৰণীয়া বা

অ’ আলসুৱা কঁহুৱাৰে ছাঁ ।

 

পলাশৰ ৰঙা ৰঙা ফুলে

কাণে কাণে যি কথা নো ক’লে

জাকি মাৰি উৰা পখী জাকে

আকাশৰ আন্ধাৰে জোনাকে

কলিজাৰ ব্যথা ঢালি

ক’ব পাৰিবনে বাৰু ?

ক’ব পাৰিবনে সেই কথা ।

 

আজি কিয়, বাৰে বাৰে

মনে যে মোৰ বিচাৰে

আঁচলৰে বা জুৰণীয়া

আজি যে এই উদাসী সন্ধিয়া

অ’ ফাগুনৰে বাউলি বা

লৈ যা মোক লৈ যা

ফাগুনৰে উৰণীয়া বা

অ’ আলসুৱা কঁহুৱাৰে ছাঁ ।

মন মোৰ উৰি গুছি যায়

কি জানো পায়ো হেৰুৱাই মন মোৰ উৰি গুছি যায়

কি জানো পায়ো হেৰুৱাই

ফাগুনৰে উৰণীয়া বা

অ’ আলসুৱা কঁহুৱাৰে ছাঁ

ফাগুনৰে উৰণীয়া বা

অ’ আলসুৱা কঁহুৱাৰে ছাঁ

ফাগুনৰে উৰণীয়া বা

মনত যে কিমান হেঁপাহ ।।

Hits: 4708